Breaking

Browsing Category

প্ৰকৃতি

দিহিং-পাটকাইত চলিব কয়লাৰ মুক্ত খনন : সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতা

ডিব্ৰুগড় বনাঞ্চল আৰু বন্যপ্রাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে উন্নয়নৰ দোহাই দি চৰকাৰে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যৰ চৌদিশে বনাঞ্চল ধ্বংসৰ কাৰ্য অব্যাহত থকাৰ মাজতে ৰাজ্যত আৰু এখন বনাঞ্চল নিঃশেষ কৰাৰ
Read More...

চেলেংহাটৰ হাবিৰ মাজত উদ্ধাৰ হোৱা অৰ্ধগলিত মাছকলৈ সৰ্বত্ৰে চৰ্চা

টীয়ক  সমগ্ৰ দেশ তথা ৰাজ্যৰ জনতা ক’ৰোনা ভাইৰাছৰ ত্ৰাসত গৃহবন্দী হৈ থকাৰ মাজতে শনিবাৰে মৰিয়নিৰ চেলেংহাট পদুমণি চেতিয়া গাঁৱৰ মনিবাৰী নামৰ এখন হাবিত বিয়লি স্থানীয় লোকে বৃহৎ পৰিমাণৰ মাছ সিঁচৰিত হৈ পৰি থকা প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে
Read More...

বিভিন্ন ফল-মূলেৰে চহকী অসম : অসমক প্ৰকৃতাৰ্থত আত্মনিৰ্ভৰ্শীল কৰি তুলিবলৈ থলুৱা ফল-মূল হ’ব পাৰে…

আমে মলিয়াই, কঁঠালে মুচিয়াই বহাগী অহাৰ বাতৰি দিয়ে। আমৰ ডালত কুলিৰ বিননীয়ে বসন্তৰ বা উতলা কৰে। বসন্তৰ বুকুতে বিভিন্ন ফলৰ গছত ফুল ফুলিবলৈ আৰম্ভ কৰে। প্ৰাকৃতিকভাৱেই অসমত ভিন্ন প্ৰকৃতিৰ ফল-মূল উৎপন্ন হয়। পথৰ কাষৰ বা হাবিৰ মাজৰ গৰাকীহীন আম,
Read More...

গোলাঘাটত বনৰীয়া মহৰ সন্ত্ৰাস

গোলাঘাট গোলাঘাট চহৰৰ দাঁতিকাষৰীয়া তৰফাট আহোম গাঁৱত এইবাৰ বনৰীয়া মহৰ সন্ত্ৰাস। মঙলবাৰে পুৱা প্ৰায় ৫ বজাত গাঁওবাসীয়ে প্ৰত্যক্ষ কৰে উদভ্ৰান্ত হৈ থকা এটা বনৰীয়া মহ। ভয়ত ত্ৰস্তমান গাঁওবাসীয়ে ততালিকে বন বিভাগক খবৰ দিয়ে যদিও বহু
Read More...

চাপানলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ পাহাৰত ব‍্যাপক বন ধ্বংসৰ বলি দুষ্প্ৰাপ‍্য লাজুকী বান্দৰ…

নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্ত্তী চাপানলাৰ জীয়াজুৰি চাহ বাগিচাৰ ১নং লাইনত সমীপৰে পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই অহা এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ। এজাক কুকুৰে
Read More...

কলিয়াবৰত তিনিটা ঢোৰা কাউৰীৰ পোৱালী উদ্ধাৰ কৰিলে লেখনাথে : প্ৰকৃতিপ্ৰেমী মনোজ গগৈয়ে দায়িত্ব…

কলিয়াবৰ কলিয়াবৰত উদ্ধাৰ কৰা হৈছে তিনিটি ঢোঁৰা কাউৰী পোৱালী। প্ৰাতঃ ভ্ৰমণৰ সময়তে লেখনাথ শৰ্মা নামৰ শিক্ষক এগৰাকীয়ে জখলাবন্ধা চেকনীত উদ্ধাৰ কৰে বিলুপ্তিৰ পথলৈ গতি কৰা এই প্ৰজাতিৰ চৰাইৰ তিনিটা পোৱালী। পেছাত শিক্ষক যদিও সামাজিক
Read More...

ধনেশ, তেলিয়া সাৰেঙৰ মুক্ত বিচৰণ জনাৰণ‍্যৰ আশে পাশে

কলিয়াবৰ  তলাবন্ধই যেন সোণতে সুৱগা চৰাইছে প্ৰকৃতিৰ। সংৰক্ষিত বনাঞ্চল অথবা অভয়াৰণ্যত বিচৰণ কৰা দূৰ্লভ ধনেশ পক্ষী, তেলিয়া সাৰেং এতিয়া নিৰাপদে আপোন পাহৰা হৈ কলিয়াবৰৰ আকাশত বিচৰণ কৰিছে। লকডাউনৰ দীঘলীয়া সময়ছোৱাত প্ৰকৃতি ন-ৰূপেৰে জিলিকি
Read More...

লাকুৱাত বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ

নাজিৰা   লাকুৱাত শুকুৰবাৰে নিশা এটা বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ হয়। সেউজীয়া ৰঙৰ সাপটো গ্ৰীণ পিট ভাইপাৰ বুলি জনা গৈছে। লাকুৱা সৰু মথুৰাপুৰস্থিত সমাজকৰ্মী তথা আদৰ্শ কৃষক প্ৰসূণ ৰাজকোঁৱৰৰ কৃষি ফাৰ্মত উদ্ধাৰ হয় সাপটো। ফাৰ্মখনত কৰ্মৰত এগৰাকী
Read More...

দিহিং পাটকাইত মুক্ত খনন : তথ্য জনা অধিকাৰ আইনৰ কাষ চাপিল পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী

দেওপানী শেহতীয়াকৈ উজনি অসমৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত মুক্ত খননৰ অনুমোদন জনোৱাৰ পিছতেই সোচ্ছাৰ হৈ পৰিছে বিশিষ্ট পৰিৱেশকৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী৷ পৰিৱেশকৰ্মী গোস্বামী সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তথ্য জনা অধিকাৰ
Read More...

জীৱ-জন্তুৰ বিপদ হ’লেই তৎমুহূৰ্তত উপস্থিত হয় নিৰ্দিষ্ট স্থানত জামুগুৰিহাটৰ প্ৰকৃতিপ্ৰেমী

জামুগুৰিহাট হেল্ল দাদা, অলপ সোনকালে আহিব পাৰিব নেকি, আমাৰ ঘৰত সাপ এডাল ওলাইছে, আমাৰ ফালে হাতী ওলাইছে, আমাৰ ফালে গঁড় ওলাইছে নতুবা কোনো জীৱ-জন্তু বিপদ বা ৰোগত পৰিছে ইত্যাদি ইত্যাদিৰ কেৱল এটা ফোনকল৷ ১ মিনিট সময়ো অপচয় নকৰাকৈ খবৰ দিওতাজনৰ
Read More...