প্ৰকৃতি

মুছলপুৰৰ বিস্তীৰ্ণ পথাৰত দুশ বিঘাৰো অধিক মাটিত সৰিয়হ বিপ্লৱৰ সূচনা

চৌদিশে কেৱল হালধীয়াৰ আচ্ছাদন ৷ এখন যেন হালধীয়া সাগৰ….। চকুৱে ঢুকি নোপোৱালৈকে মাথোঁ হালধীয়া। যি দৃশ্যই এতিয়া হাত বাউল দি মাতিছে সকলোকে। হালধীয়াৰ দৃষ্টিনন্দন পৰিৱেশে...

মহুৰামুখৰ নৈপৰীয়া পথাৰত কৃষকৰ সপোনৰ হালধীয়া হাঁহি

বোকাখাত বিধান সভা সমষ্টিৰ মহুৰা আৰু ৰঙামাটি মৌজাৰ উত্তৰ অংশৰ বানাক্ৰান্ত নৈ পৰীয়া অঞ্চল সমুহৰ চাৰিওফালে এতিয়া শ শ বিঘা কৃষি ভূমিত ফুলি উঠিছে...

নগাঁও জিলাৰ পশ্চিমাঞ্চলত অবৈধ পুখুৰী খননে সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ

 নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত  চাৱুকধৰা-নদলবৰী-কহুৱাঁআটি সংযোগী নগাঁও গ্ৰাম্য পথ সংমণ্ডলৰ অধিনস্থ গড়কাপ্তানি পথটিৰ কাষত একাংশ লোকে অবৈধভাৱে পুখুৰী খান্দি বৰ্তমান...

বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সন্দৰ্ভত সজাগতা সভা

ওদালগুৰি জিলা গ্ৰীণভেলী ফ'ৰেষ্ট এণ্ড ৱাইল্ড লা'ইফ প্ৰটেকচন চচাইটীৰ উদ্যোগত আজি  বামনজুলি লক্ষ্মীনাথ বেজবৰুৱা হাইস্কুলত বন আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত এখনি সজাগতা সভা আয়োজন...

লাহৰীঘাটত ইফকোৰ উদ্যোগত ৰবি শস্যৰ আলোচনা চক্র

 মৰিগাঁও জিলাৰ লাহৰীঘাটত ইফকোৰ উদ্যোগত অনুষ্টিত হয় ৰবি শস্যৰ আলোচনা চক্ৰ ।IFFCOয়ে আয়োজন কৰা এই আলোচনা চক্ৰত লাহৰীঘাট অঞ্চলৰ কেইবা শতাধিক কৃষকে অংশগ্ৰহন কৰে...

Popular