প্ৰকৃতি

মৰাপাটৰ খেতি কৰি বিপদত চাপৰৰ চৰ অঞ্চলৰ একাংশ কৃষক

চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ গাঁও পঞ্চায়তৰ একাংশ কৃষকে মৰাপাট খেতি কৰি বিপদত পৰিছে।  মৰাপাট বিলাক কাটি কাটি পথাৰত পেলাই থৈ‌দেখা গৈছে। কিন্তু পানীৰ অভাৱত...

ওৰাঙত অবৈধভাবে চলি থকা শিল বালি পৰিস্কাৰ কৰা মেচিন উচ্ছেদ কৰাৰ দাবী ৰাইজৰ

ওদালগুৰি জিলাৰ ওৰাং গৰুবন্ধাত অবৈধভাবে চলি থকা  শিল বালি পৰিস্কাৰ কৰা মেচিনটো জব্দ কৰিবলৈ দাবী উত্থাপন কৰিছে ওৰাঙৰ ৰাইজে। উল্লেখ যোগ্য যে বিগত তিনি...

‘ফাৰ্ষ্ট বি এন এছ এছ বি’ৰ পৰিৱেশ প্ৰেমৰ নিদৰ্শন

বৃহত্তৰ ওৰাং অঞ্চলত নৱেম্বৰ মাহৰ ভিতৰত ১০০০ মূল্যবান গছপুলি ৰোপনৰ লক্ষ্যৰে এক বিৰামহীন অভিযান চলাইছে ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ শিবিৰত থকা 'ফাৰ্ষ্ট বি...

লাহৰীঘাটৰ বৰালিমাৰীত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ তাণ্ডৱ

 মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বৰালিমাৰীত  বিগত এটা সপ্তাহে অঞ্চলটোত অব্যাহত থকা খহনীয়াৰ ফলত গৃহহীন হৈছে বহু পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন কেইবাটাও পৰিয়াললৈ।...

পলাশবাৰী মাজকুছিত আত্ম সহায়ক গোটৰ শালি ধানৰ খেতি সম্পন্ন

দক্ষিণ কামৰূপৰ পলাশবাৰী মাজকুছি ৰাজহ গাওৰ দৎকুছিৰ সোণালী কৃষক আত্ম সহায়ক গোটৰ সদস্য সকলে লকডাউনৰ সময়ত কৃষি কৰ্মৰ লগত জড়িত হৈ প্ৰায় ২৯ বিঘা...

Popular