Breaking

মহিলা খেলুৱৈক বলপূৰ্বকভাৱে চুমা খাই ফিফাৰ দ্বাৰা ৩ বছৰৰ বাবে নিষিদ্ধ হ’ল এটা ফুটবল দলৰ মুৰব্বী

0 62

চুমা কেলেংকাৰীৰ বাবে স্পেইনৰ প্ৰাক্তন ফুটবল মুৰব্বী লুইছ ৰুবিয়ালেছক তিনি বছৰৰ বাবে ফুটবল সম্পৰ্কীয় সকলো কামৰ পৰা নিষিদ্ধ কৰা হৈছে।

২০২৩ চনৰ ফিফা মহিলা বিশ্বকাপৰ ফাইনেলত স্পেইনে ইংলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত তেওঁ ফৰৱাৰ্ড জেনী হাৰ্মোছ’ৰ ওঁঠত চুমা খাইছিল।

এই কেলেংকাৰীৰ পিছত ছেপ্টেম্বৰ মাহত তেওঁ স্পেইনৰ ফুটবল এছ’চিয়েশ্যনৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছিল।

Leave A Reply

Your email address will not be published.