Breaking

হিমাচল প্ৰদেশৰ ছিমলাত ডাৱৰ বিস্ফোৰণ ঘটি অভাৱনীয় পৰিৱেশৰ সৃষ্টি…

0 13

হিমাচল প্ৰদেশৰ ছিমলাত প্ৰকৃতিৰ তাণ্ডৱ। ডাৱৰ বিস্ফোৰণ ঘটি অভাৱনীয় পৰিৱেশৰ সৃষ্টি। এজন ব্যক্তিৰ মৃত্যু, ২৮ গৰাকী সন্ধানহীন।

ডাৱৰ বিস্ফোৰণৰ পাছত পাৰ্বতি নদীয়ে লৈছে সংহাৰী ৰূপ। ভাঙি লৈ গৈছে বৃহৎ অট্টালিকা, উটুৱাই লৈ গৈছে ফুটব্ৰীজ।

জিলা প্ৰশাসন আৰু NDRFয়ে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

Leave A Reply

Your email address will not be published.