Breaking

শ্বিলঙৰ সেনাৰ মুখ্য কাৰ্যালয়ত আটক সেনাবাহিনীৰ ভুৱা কেপ্টেইন…

0 26

মেঘালয়ৰ সেনা শিবিৰত ভয়ংকৰ ঘটনা। শ্বিলঙৰ সেনাৰ মুখ্য কাৰ্যালয়ত আটক সেনাবাহিনীৰ ভুৱা কেপ্টেইন। নিজকে অসম ৰেজিমেণ্টৰ কেপ্টেইন ৰূপে চিনাকি দি দিছিল যুৱকজনে।

যুৱকজনক কাৰ্বি আংলঙৰ ডকমকাৰ ছাৰ ছেৰণ ৰংপী । সেনাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত নিৰ্বিঘ্নে ঘূৰি ফুৰিছিল যুৱকজনে।

যুৱকজনৰ চালচলনত সন্দেহ ওপজাত আটক কৰে সেনাই।

Leave A Reply

Your email address will not be published.