Breaking

মহানগৰীত উজান উঠিছে নকল সোণ আৰু নকল টকাৰ!

0 68

মহানগৰীত উজান উঠিছে নকল সোণ আৰু নকল টকাৰ!

মহানগৰীৰ লালমাটিত STFৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় তিনিখন সোণৰ নাওসহ ১,0৪,৭00 টকা৷

ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰা হয় ৬জন সৰবৰাহকাৰীক ৷

গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইজন-পশ্চিমবংগৰ মালদা জিলাৰ দেৱ দাস হাল্ডাৰ,সন্তোষ মণ্ডল, নিত্য হাল্ডাৰ, উত্তৰাখণ্ডৰ মনোজ কুমাৰ, উত্তৰ প্ৰদেশৰ শিৱম কুমাৰ, উত্তৰ লখিমপুৰৰ চাদ্দাম হুছেইন৷

Leave A Reply

Your email address will not be published.