Breaking

ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক ফজিয়েল হকক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক…

0 25

CM ভিজিলেন্সৰ জালত ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক। উৎকোচ লোৱাৰ সময়ত হাতে-লোটে আটক উপ-পৰিদৰ্শক ফজিয়েল হকক।

গোচৰ মীমাংসাৰ নামত ভুক্তভোগীৰ পৰা দাবী কৰিছিল ৩০ হাজাৰ টকা।

৮ হাজাৰ টকা উৎকোচ লৈ থাকোঁতেই গ্ৰেপ্তাৰ বিষয়াজন।

Leave A Reply

Your email address will not be published.