Breaking

আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম ! FASTag নথকা বাহনে ভৰিব লাগিব দুগুন টোলকৰ…

0 26

আজিৰে পৰা কাৰ্যকৰী FASTagৰ নতুন নিয়ম। FASTag নথকা বাহনে ভৰিব লাগিব দুগুন টোলকৰ। সলনি কৰিব লাগিব ৫ বছৰ পুৰণি FASTag।

আপডেট কৰিব লাগিব ৩ বছৰীয়া FASTagৰ KYC। নতুন নিয়ম অনুসৰি বাহনৰ পঞ্জীয়ন নম্বৰ আৰু চেছিছ নম্বৰ FASTagৰ সৈতে লিংক কৰিব লাগিব

আৰু গাড়ীৰ সন্মুখ আৰু কাষৰ ফটো আপলোড কৰিব লাগিব।

Leave A Reply

Your email address will not be published.