Breaking

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুংগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত এজন

0 1,099

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লালুংগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।খানাপাৰা অভিমুখি কণ্টেইনাৰ বাহনে মহটিয়াই নিলে স্কুটী আৰোহীক।

স্কুটী আৰোহী জনৰ নাম মৃগাংক বৰ্মন।মৃগাংক বৰ্মনৰ ঘৰ-নলবাৰীৰ সনোৰাত।মৃগাংক বৰ্মনৰ বয়স ২৫ বছৰ।

Leave A Reply

Your email address will not be published.