ধুবুৰী জিলাৰ গোলকগঞ্জৰ মণ্ডলীত ভয়ংকৰ পথ দুৰ্ঘটনা।
পথ দুৰ্ঘটনাত নিহত এজন আৰু আহত দুজন।
দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ As 17 N 9619 বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী কেইজনৰ ঘৰ বিৰাট নগৰ চাৰিআলিত বুলি জানিব পৰা গৈছে।
নিয়ন্ত্ৰণ হেৰুৱাই আপাছি বাইক খন গছত খূন্দা মাৰাত দুৰ্ঘটনা সংঘটিত হয়।

নিহত মিৰাজ আলি প্ৰধানীৰ ঘৰ উত্তৰ ৰাইপুৰত বুলি জানিব পৰা গৈছে।
স্থানীয় ৰাইজ আৰু গোলকগঞ্জ আৰক্ষীয়ে উপস্থিত হৈ আহত দুজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।