Breaking

বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ পৰা নকল সোণৰ নাওসহ পিতা-পুত্ৰক আটক…

0 47

বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ পৰা জব্দ ৩খন নকল সোণৰ নাও। নকল সোণৰ নাওসহ পিতা-পুত্ৰক আটক।

নজৰুল ইছলাম নামৰ লোকজনৰ পৰা জব্দ নকল সোণৰ নাওকেইখন। ঘটনা সন্দৰ্ভত নজৰুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীৰ।

সোধা-পোছাৰ অন্তত পুত্ৰক মুকলি কৰি দিয়ে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.