Breaking

উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংক ! ফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰ…

0 15


উত্তৰ গুৱাহাটীত নিশা বলীয়া শিয়ালৰ আতংক
ফুলুঙৰ ৮ জনকৈ লোকক আক্রমণ বলীয়া শিয়ালৰ
সংকটজনক অৱস্থাত আহতসকলক AIIMS, GMCHত ভর্তি


বলীয়া শিয়ালৰ আতংকক লৈ নিদ্ৰা হৰিছে গঞাৰ
নিশা হাতে হাতে যাঠি-জোং লৈ পহৰা দিছে স্থানীয় ৰাইজে


ফটকা ফুটাই বলীয়া শিয়াল খেদাৰ চেষ্টা ৰাইজৰ
ঘটনাস্থলীত বন বিভাগৰ লোেক পলমকৈ উপস্থিত হোৱাৰ অভিযোগ

Leave A Reply

Your email address will not be published.