Breaking

বিতৰ্কিত NEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা, পূৰ্বৰ ৬১ গৰাকীৰ পৰিৱৰ্তে ১৭ গৰাকী প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ…

0 22

বিতৰ্কিত NEET-UG সংশোধিত পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা। পূৰ্বৰ ৬১ গৰাকীৰ পৰিৱৰ্তে ১৭ গৰাকী প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। পৰিৱৰ্তন হ’ল হাজাৰ হাজাৰ পৰীক্ষাৰ্থীৰ স্থান। ৰাজস্থানৰ ৪, মহাৰাষ্ট্ৰৰ ৩, দিল্লী-উত্তৰ প্ৰদেশৰ দুজনকৈ প্ৰাৰ্থীৰ শীৰ্ষস্থান লাভ। শীৰ্ষস্থান লাভ কেৰালা, চণ্ডীগড়, তামিলনাডু, পঞ্জাৱ, বিহাৰ, পশ্চিমবংগৰ প্ৰাৰ্থীৰ।

উল্লেখ্য যে, ৫ মে’ত অনুষ্ঠিত NEET-UG পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ৪ জুনত। তাৰ পাছতে উঠিছিল বিসংগতিৰ অভিযোগ। প্ৰশ্নকাকত ফাদিলৰ অভিযোগত জনোৱা হৈছিল পুনৰ পৰীক্ষাৰ দাবী৷ কিন্তু সেয়া মানি লোৱা নাছিল উচ্চতম ন্যায়ালয়ে। ফলত প্ৰকাশ কৰা হ’ল সংশোধিত ফলাফল৷

Leave A Reply

Your email address will not be published.