মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ…

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। একেৰাহে সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত মুঠ ৯টা অগ্রাধিকাৰত গুৰুত্ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰঃ

কৃষিৰ উৎপাদন ক্ষমতা বৃদ্ধি, সামগ্রিক বিকাশ, নিয়োগ আৰু দক্ষতা বিকাশ, মেনুফেকচাৰিং আৰু সেৱা খণ্ড, নগৰ উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন, নতুন প্ৰজন্মৰ সংস্কাৰ,মানৱ সম্পদ উন্নয়ন আৰু সামজিক ন্যায়। এই ৯টা অগ্রাধিকাৰত গুৰুত্ব সীতাৰমণৰ।

Related Articles