Breaking

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে…

0 20

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। একেৰাহে সপ্তমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰা ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে ৬বাৰকৈ বাজেট দাখিল কৰিছিল।

সংসদ ভৱনত উপস্থিত হৈ বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলৰ সৈতে ফটো প’জ দিলে নিৰ্মলা সীতাৰমণে।

Leave A Reply

Your email address will not be published.