Breaking

আৰ্থিকভাৱে জুৰুলা ভাৰতৰ এখন চুবুৰীয়া দেশ!

0 2,061

আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ! এই দেশখন হৈছে শ্ৰীলংকা। বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰৰ নাটনি হোৱা বাবে সদায় ব্যৱহাৰ কৰা পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিবলৈ ধনৰ নাটনি হৈ পৰিছে হৈছে দেশখনৰ।

ফলত দেশখনৰ বহুতো পেট্ৰ’ল পাম্পত অভাৱ হৈছে ইন্ধনৰ। আনহাতে যিকেইটা পেট্ৰ’ল পাম্পত ইন্ধন উপলদ্ধ হয়, তাতো দীঘলীয়া শাৰী শাৰী পাতে। শ্ৰীলংকা চৰকাৰে তেওঁলোকৰ এই পৰিস্থিতিৰ কথা নিজেই প্ৰকাশ কৰিছে। শ্ৰীলংকাৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি অতি শোচনীয় হৈ পৰিছে।ফৰেক্স ৰিজাৰ্ভ সংকটৰ বাবে এনে অৱস্থা হৈছে দেশখনৰ।

Leave A Reply

Your email address will not be published.