Breaking

সামাজিক মাধ্যমত আল্লাহক লৈ অশ্লীল পোষ্ট কৰা ধীৰাজ ৰায়ৰ বিৰুদ্ধে এজাহাৰ দাখিল…

0 49

ধুবুৰীৰ গৌৰীপুৰৰ ছুপাৰ মাৰ্কেটৰ ধীৰাজ ৰায় নামৰ যুৱকজনে সামাজিক মাধ্যমত আল্লাহক লৈ অশ্লীল পোষ্ট কৰে ।

ইয়াকে লৈ গৌৰীপুৰত চাঞ্চল্যই বিৰাজ কৰিছে । ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে সচেতন মহলে।

লগে লগেই ধীৰাজ ৰায় নামৰ যুৱকজনক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰি থানালৈ নিয়ে।

যুৱকজনক জেৰা চলাইছে গৌৰীপুৰ আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.