Breaking

ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি থানাত এজাহাৰ দাখিল…

0 43

ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি থানাত এজাহাৰ দাখিল ।

চাংসাৰি ধোপাতাৰীৰ যুৱ শক্তিয়ে এজাহাৰ দাখিল কৰিলে ভিক্টৰ দাসৰ বিৰুদ্ধে ।

মন্ত্ৰী পীয়ুষ হাজৰিকাকে ধৰি কেইবাজনো লোকক অশ্লীল গালি গলাজ পৰাৰ বাবে এজাহাৰ দাখিল ।

গোপন অংগ কাটি পেলোৱাৰ ভাবুকি প্ৰদান কৰাৰ বাবে দিলে এজাহাৰ ।

প্ৰায়েই জেলৰ আলহী হোৱা ভিক্টৰ দাসৰ বিৰুদ্ধে চাংসাৰি আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।

Leave A Reply

Your email address will not be published.