নগাঁৱৰ ৰাইডঙীয়াৰ বড়ি বজাৰত অগ্নিকাণ্ড ! বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত…

নগাঁৱৰ ৰাইডঙীয়াৰ বড়ি বজাৰত অগ্নিকাণ্ড। বি জে ইলেক্ট্ৰনিক প্ৰতিষ্ঠানখনত লাগিল জুই। অগ্নিকাণ্ডত ভস্মীভূত ৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত। কথমপি ৰক্ষা পৰে ষ্টেট বেংকৰ এটা শাখা, আন ৪খন দোকান।

অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নির্বাপণ কৰে জুই।

Related Articles