Breaking

ঢেকীয়াজুলিৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ড ! দুষ্টচক্ৰই অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ…

0 22

ঢেকীয়াজুলিৰ কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ড। জ্বলি ছাৰখাৰ নথিপত্ৰ, কম্পিউটাৰ।

দুষ্টচক্ৰই অগ্নি সংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ। পুৱতিনিশা সংঘটিত হয় এই ঘটনা।

ঘটনাস্থলীত ঢেকীয়াজুলি আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈ আৰম্ভ কৰিছে তদন্ত ৷

Leave A Reply

Your email address will not be published.