Breaking

গুৱাহাটী মহানগৰীৰ মাণিকনগৰত শ্বৰ্ট-চাৰ্কিটৰ ফলত নিশা অগ্নিকাণ্ড…

0 17

গুৱাহাটী মহানগৰীৰ মাণিকনগৰত নিশা অগ্নিকাণ্ড।

শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত। কথমপি ৰক্ষা পৰে আৱাসিক এলেকাটো।

অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপণ।

Leave A Reply

Your email address will not be published.