Breaking

লাহৰীঘাট মডেল হস্পিটেলত প্ৰথম জন ক’ভিড পজেটিভ ৰোগীৰ মৃত্যু

0 2,041

 মৰিগাঁও জিলাৰ লাহৰীঘাট মডেল হস্পিটেলত যোৱা নিশা প্ৰথম জন কৰোনা পজেটিভ ৰোগীৰ মৃত্যু ।  জাগীৰোড ন-খোলা চিকিৎসালয়ৰ পৰা কালি লাহৰীঘাটলৈ প্ৰেৰণ কৰা হৈছিল ৰোগীজনক । ক’ৰণাত মৃত্যু হোৱা লোকজনৰ নাম শম্ভু দাস । মৃত দাসৰ  ঘৰ জাগীৰোডৰ মইনাজানত ।

Leave A Reply

Your email address will not be published.