Breaking

পিতৃৰ পদাংক অনুসৰণ কৰি ক্রিকেট জগতত ৰাহুল দ্রাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়…

0 36

পিতৃৰ পদাংক অনুসৰণ কৰি পুত্ৰ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধৰ শৃংখলাত দেখা যাব ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়ক।

শেহতীয়াকৈ মহাৰাজা কে এছ চি এ মহাৰা টি-২০ ট্ৰফীত ভাল প্ৰদৰ্শন দেখুৱাইছিল সমিতে।

লগতে পঢ়ক : ধুবুৰীৰ তামাৰহাটত কিশোৰীক অপহৰণ কৰি বিৱাহপাশত আৱদ্ধ কৰাৰ চেষ্টা আব্দুল আজিজৰ…

Leave A Reply

Your email address will not be published.