Breaking

লামডিঙত ফুটবল খেলৰ শুভাৰম্ভ

0 2,038

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰৰ উদ্যোগত লামডিঙ স্বহীদ ফিল্ডত সোমবাৰৰ পৰা প্ৰাইজমাণী ও ৰানিং ট্ৰফীৰ নকআউট ফুটবল খেলৰ শুভাৰম্ভ হয়। দুপৰীয়া ভাগত ফুটবল খেলৰ শুভাৰম্ভ হয়।     খেলখনৰ মূখ্য অতিথিৰূপে  খেলৰ শুভাৰম্ভ কৰে লামডিঙৰ  বিধায়ক শিবু মিশ্ৰ, প্ৰাক্তন ফুটবল খেলোৱাৰ চন্দ্ৰ শেখৰ,লামডিঙৰ এজন যুৱ সমাজ কৰ্মী অনিমেষ মিশ্ৰ, প্ৰাক্তন খেলোৱাৰ পিন্টু মজুমদাৰ,লামডিঙ এফ আৰ ইউ চিকিৎসক ৰবিশ্বৰ ঘোষ, মিৰা মিশ্ৰ,লামডিঙ বিজেপিৰ টাউন মণ্ডলৰ সভাপতি দেৱাশিস গুপ্ত, জয়ন্ত দাস, লক্ষী দাসৰ লগতে সমাজৰ বিশিষ্ট বিশিষ্ট বেক্তি উপস্থিত থাকে।ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ফুটবল টিম যোগদান কৰিছে এই খেলখনত ইতিমধ্যেই  মোট 16 গৰাকী ফুটবল টিম যোগদান কৰিছে। শুভাৰম্ভ খেলখনত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰ বনাম এ পি টি এফ আৰু খেলখনৰ প্ৰথম দিনৰ ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰ দিলে 3 গোল আৰু  এ পি টি এফ দিলে 2  গোল।

Leave A Reply

Your email address will not be published.