Breaking

২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি…

0 17

পবিতৰা অভয়াৰণ্যৰ জীপ চাফাৰী সেৱাৰ সময় বৃদ্ধি।

২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে ৩১ মে’লৈকে বৃদ্ধি কৰা হৈছে এই সময়। পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ অব্যাহত থাকিব সেৱা।

বন বিভাগে এক জাননীযোগে প্ৰকাশ কৰিছে এই কথা।

Leave A Reply

Your email address will not be published.