Breaking

মৰিগাঁৱত ‘সদৌ অসম হীৰা পৰিষদ’ জিলা সমিতি গঠন

0 1,403

অনলাইন বাৰ্তা, ২০ ডিচেম্বৰ: সমগ্ৰ অসমৰ এক বৃহৎ সংখ্যক জনসাধাৰণে বসবাস কৰা লগতে, ৪০ লাখতকৈ অধিক সংখ্যক অনুসূচিত জাতি বসবাস কৰি আহিছে | অসমৰ অনুসূচিত জাতিৰ কেইবাটাও উপজাতি ভিতৰত অন্য এক বৃহৎ জনাজাত জনগোষ্ঠী হৈছে হীৰা, মৰিগাঁও জিলাৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন গাঁৱত সিচঁৰিত হৈ থকা হীৰা সম্পদায়ৰ লোকসকলক একতীত কৰি আৰ্থিক, শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক, সামাজিক উন্নয়নকে ধৰি  বিকাশৰ বাবে আগন্তুক দিনত সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা লক্ষ্যৰে আজি ২০/১২/২০২০ তাৰিখে, মৰিগাঁও জিলাৰ  মৰিগাঁও নগৰৰস্থিত লক্ষ্মীনাথ বেজবৰুৱা একাডেমী  পেক্ষাগৃহত পদিপ দাসৰ সভাপতিত্বত কেন্দ্ৰীয় সমিতি সভাপতি সৎৰাম হীৰা, কাৰ্যকৰী সভাপতি সুৰেশ দাস, সম্পাদক প্ৰধান ললিত হীৰা, লগতে সাধাৰণ সম্পাদক দ্বীপমনি হীৰা উপস্থিতঅনুষ্ঠিত হোৱা সভাখনত সৰ্ব সন্মতিক্ৰমে জিলা খনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে দিব্য দাস, সাধাৰণ সম্পাদক দিপেন দাসকে ধৰি এখন ৩১ জনীয়া পূৰ্ণাংগ শক্তিশালী সমিতি গঠন কৰা হয় |

Leave A Reply

Your email address will not be published.