Breaking

অসম উড়িয়া যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা সমিতি গঠন।অসম চাহ মজদুৰ সংঘ, নাজিৰা শাখা প্ৰাঙ্গণত এই অনুষ্ঠানৰ আয়োজন

0 1,610

অসম উড়িয়া যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা সমিতি গঠন। অসম চাহ মজদুৰ সংঘ, নাজিৰা শাখা প্ৰাঙ্গণত আজি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। অসম উড়িয়া যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসম উড়িয়া যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিখন গঠন কৰা হয়।

অনুষ্ঠানত অসম উড়িয়া যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে। য’ত কেন্দ্ৰীয় সমিতিৰ সভাপতি উমেশ চন্দ্ৰ দাস, উপঃসভাপতি বিজয় তাঁতী, সম্পাদক লক্ষীনাথ তাঁতী, সহঃসম্পাদক ৰচান্ত গোৱালা, উপদেষ্টা বেণুধৰ তাঁতী, গৌৰ তাঁতী, সাংস্কৃতিক সম্পাদক বিজয় দাসৰ লগতে মহন্তী তাচা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.