Breaking

বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ মাছৰাফে মৰ্তাজাৰ ঘৰত অগ্নিসংযোগ…

0 30

বাংলাদেশত এটা দিনত ১৩৫ জন লোকৰ প্ৰাণহানি। বাংলাদেশৰ যশোৰত আৱামি লীগ নেতাৰ মালিকানাধীন হোটেলত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ। অগ্নিকাণ্ডত বৰ্তমান সময়লৈকে মৃত্যু ২৪জন লোকৰ।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰত চৰকাৰ৷ দিল্লীৰ সংসদত ভৱনত সৰ্বদলীয় বৈঠক৷ বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ মাছৰাফে মৰ্তাজাৰ ঘৰত অগ্নিসংযোগ।

শেহতীয়াকৈ শ্বেখ হাচিনাৰ নেতৃত্বাধীন আৱামি লীগ পাৰ্টীৰ সাংসদ আছিল মাছৰাফে বিন মৰ্তাজা।

Leave A Reply

Your email address will not be published.