Breaking

প্ৰাক্তন বিদেশ মন্ত্ৰী কে নটৱাৰ সিঙৰ দেহাৱসান…

0 16

প্ৰাক্তন বিদেশ মন্ত্ৰী কে নটৱাৰ সিঙৰ দেহাৱসান। ৯৫ বছৰ বয়সত শেষনিশ্বাস ত্যাগ নটৱাৰ সিঙৰ। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে নিশা শেষনিশ্বাস ত্যাগ।

গুৰুগ্ৰামৰ মেদান্ত হাস্পতালত মৃত্যু সিঙৰ। ২০০৪-০৫লৈ মনমোহন সিং নেতৃত্বাধীন চৰকাৰত বিদেশ মন্ত্ৰীৰ দায়িত্বত আছিল তেওঁ। ১৯২৯ চনত ৰাজস্থানৰ ভৰতপুৰ জিলাত জন্মগ্ৰহণ কৰিছিল সিঙে। ১৯৮৪ চনত পদ্মভূষণ বঁটা লাভ কৰিছিল নটৱাৰ সিঙে।

Leave A Reply

Your email address will not be published.