Breaking

জামিন লাভ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ…

0 10

জামিন লাভ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ৷

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে ছোৰেনৰ জামিন৷

ভূমি কেলেংকাৰি গোচৰত অভিযুক্ত হৈছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী৷

মানী লণ্ডাৰিং আইনৰ অধীনত EDয়ে গোচৰ ৰুজু কৰিছিল ছোৰেনৰ বিৰুদ্ধে৷

ভূমি কেলেংকাৰীৰ গোচৰত জড়িত বুলি অভিযোগ উত্থাপন কৰা ছ’ৰেনক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ ছমাহৰ পাছত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে।

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ কেইমিনিটমানৰ পিছতে ৩১ জানুৱাৰীত ৰাঁচীৰাজ ভৱনৰ পৰা গ্ৰেপ্তাৰ হৈছিল তেওঁক।

Leave A Reply