প্ৰাক্তন খ্যাতনামা ৰাজ্যিক টেনিছ খেলুৱৈ ইন্দ্ৰজিৎ বুজৰবৰুৱাৰ বুধবাৰে আকস্মিক বিয়োগ ঘটে।

গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাসে সকলো সদস্যৰ হৈ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে টেনিছ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোৱৰে।
তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে সন্থাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷