Breaking

বিজেপি এৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰ্যকান্ত পাটিলে…

0 23

মহাৰাষ্ট্ৰত বিজেপিত মোক্ষম আঘাট।বিজেপি ত্য়াগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰ্যকান্ত পাটিলে।শেহতীয়া লোকসভা নিৰ্বাচনত টিকট বিচাৰিছিল যদিও বিজেপিয়ে টিকট প্ৰদান কৰা নাছিল সূৰ্যকান্ত পাটিলক। টিকট নাপাই অসন্তুষ্টি প্ৰকাশ কৰিছিল


সূৰ্যকান্ত পাটিলে।যাৰ বাবে মোদীৰ সংগ ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰ্যকান্ত পাটিলে।২০১৪ চনত NCP ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল পাটিলে।তেওঁ ৪বাৰ সাংসদ হোৱাৰ উপৰিও এবাৰ বিধায়ক হিচাপে প্ৰতিনিধিত্বও কৰিছিল।

Leave A Reply