Breaking

গুৱাহাটী মহানগৰীত পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক ৪ বাংলাদেশীক…

0 22

গুৱাহাটী মহানগৰীত ৪ বাংলাদেশীক আটক। পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ পৰা আটক ৪ বাংলাদেশীক। ধৃত বাংলাদেশীকেইজন ইছলমাইল চৰ্দাৰ, আব্দুল্লা, মুছাম্মাদ মইনা, ফাৰজানা।

GRP, RPF-এ আটক কৰে ৪ বাংলাদেশীক। বাংলাদেশৰ পৰা ত্ৰিপুৰা হৈ বাংগালুৰুলৈ গৈ আছিল ৪ বাংলাদেশী।

চাকৰিৰ প্ৰলোভনেৰে দালালে লৈ আহিছিল ৪ বাংলাদেশীক। ২০ হাজাৰ টকাৰ বিনিময়ত ভাৰতলৈ আনিছিল চাৰিওকে।

Leave A Reply

Your email address will not be published.