Breaking

কাছাৰৰ বৰখলাত গ্ৰেপ্তাৰ সাংবাদিকসহ ৪ গৰাকী ড্ৰাগছ সৰবৰাহকাৰী…

0 47

কাছাৰৰ বৰখলাত গ্ৰেপ্তাৰ সাংবাদিকসহ ৪ গৰাকী ড্ৰাগছ সৰবৰাহকাৰী৷ গ্ৰেপ্তাৰ মুন্না খান, আজাউৰ ৰহমান, আচিবুৰ ৰহমান, বিশাল বৈদ্য৷ ধৃত মুন্না খানৰ পৰা এখন প্ৰেছ পৰিচয় পত্ৰ জব্দ আৰক্ষীৰ৷

আটাইকেইটাৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ হেৰ’ইন৷ বৰখলা টোলগেটত চলোৱা অভিযানত জব্দ হেৰ’ইনখিনি৷

AS06-E-7979 নম্বৰৰ বাহনখনৰ পৰা জব্দ হেৰ’ইন৷ দুটা চাবোনৰ বাকচত সৰবৰাহ কৰিছিল বুজন পৰিমাণৰ হেৰ’ইনখিনি৷

Leave A Reply

Your email address will not be published.