Breaking

গুৱাহাটীৰ বিৰুবাৰীত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ দুটা পৰিয়ালৰ ৪জন আহত…

0 29


গুৱাহাটীৰ বিৰুবাৰীত ভয়ংকৰ ঘটনা
ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ দুটা পৰিয়ালৰ ৪জন আহত


আহত কেইজনক সংকটজনক অৱস্থাত GMCHত ভর্তি


বিস্ফোৰণত অগ্নিদগ্ধ পিতৃ-মাতৃসহ এটি সন্তান

Leave A Reply

Your email address will not be published.