Breaking

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিনামূলীয়া স্বাস্থ্য শিবিৰ

0 1,541

ৰেইনড্ৰপ ,WildWings NGO উদ্যোগত আৰু NRHM ৰ সহযোগত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে।ৰাষ্ট্ৰীয় উদ্যানখনত বন কৰ্মী সকলক স্বাস্থ্য পৰিক্ষাৰ কৰোৱাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে লগতে ৰাষ্ট্ৰীয় উদ্যানখনত থকা প্ৰতিখন বন শিবিৰৰ কাৰণে এটা এটা প্ৰাথমিক চিকিৎসাৰ বাকচ বিতৰণ কৰে বেচৰকাৰী সন্থাকেইটাই।

লগতে বেমাৰ আজাৰৰ পৰা কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ দিয়ে স্থানীয় চিকিৎসকে । অনুষ্ঠানত উপস্থিত থাকে বন বিষয়া প্ৰদিপ্ত বৰুৱা । Raindrops আৰু WildWings ৰ কৰ্মকৰ্তা সকল আৰু বনকৰ্মীৰ লগতে স্থানীয় ভালেকেইজন উদিঅমান যুৱক।

Leave A Reply

Your email address will not be published.