১ জানুৱাৰীৰ পৰা প্রযোজ্য হ’ব ছিম কার্ড লোৱাৰ নতুন নিয়ম।
এতিয়াৰে পৰা নতুনকৈ ছিমকার্ড কিনিবলৈ আপুনি মানি চলিব লাগিব কেইবাটাও নিয়ম।
প্ৰৱঞ্চনা ৰোধৰ বাবে নতুন ছিম কাৰ্ডৰ ক্ষেত্রত এই নিয়ম প্রযোজ্য কৰা হৈছে।
ছীম কিনিবলৈ মানিব লাগিব নিয়ম। ছীম বিক্রেতায়াে মানি চলিব লাগিব সকলো নিয়ম।
ছীম কার্ড ক্রয় কৰিবলৈ আপোনাক লাগিব ডিজিটেল KYC।
বায়মেট্ৰৰিক ডাটা দিব লাগিব ছীম কার্ড কিনিব যোৱা গ্রাহকে। গ্ৰাহকৰ সকলোে তথ্য সন্নিবিষ্ট হ’ব বায়’মেট্রিক পদ্ধতিৰে।
ভুৱা ছিম ল’লে ৩ বছৰ পৰ্যন্ত জে’ল খাব লাগিব; ভৰিব লগা হ’ব পাৰে ৫০ লাখ টকা পর্যন্ত জৰিমনা।
আনৰ নামত ছিম কার্ড উলিয়াব নোৱাৰিব ১ জানুৱাৰীৰ পৰা।