Breaking

এতিয়াৰে পৰা চৰকাৰী সভাত নাপাব ভাত, পেকেট লাঞ্চ…

0 121

এতিয়াৰে পৰা চৰকাৰী সভাত নাপাব ভাত, পেকেট লাঞ্চ

চৰকাৰী অনুষ্ঠানত কেৱল চাহ-বিস্কুটেৰে অতিথিক আপ্যায়ন কৰিব লাগিব।


যোগান ধৰিব পাৰিব বিশুদ্ধ পানী।


চৰকাৰী অনুষ্ঠানত অতিথিৰ নামত অযথা ব্যয় কৰিব নোৱাৰিব।


ব্যয় সংকোচন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ।

Leave A Reply

Your email address will not be published.