আজিৰে পৰা মুকলি হ’ল ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

আজিৰে পৰা ৰাজ্যত খুলি দিয়া হৈছে বিদ্যালয়সমূহ। আজিৰে পৰা পুনৰ আৰম্ভ স্বাভাৱিক জীৱন যাত্ৰা। ক’ভিড-১৯ৰ যি কঠোৰ নীতি নিয়ম আছিল সেই সকলোবোৰ নিয়ম শিথিল কৰি দিয়া হৈছে আজিৰে পৰা।

ছাএ – ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলোৰে মনত আনন্দ। আজিৰে পৰা ৰাজ্যত নাথাকিব ক’ভিডৰ কোনো বাধ্যবাধকতা। কিন্তু মাস্ক, প্ৰতিশেধক, ছেনিটাইজেশ্যন, এইসমূহ বাধ্যতামূলক।

Related Articles