July 22, 2024 ধেমাজিৰ চমৰাজানত গণেশ বৰ্মনৰ মৃতদেহ উদ্ধাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail ধেমাজিৰ চমৰাজানত মৃতদেহ উদ্ধাৰ। মৃতদেহটো ২ নং শান্তিপুৰৰ গণেশ বৰ্মনৰ। শনিবাৰে জীয়াঢলত মাছ মাৰিবলৈ গৈছিল গণেশ। তাৰ পাছৰ পৰাই সন্ধানহীন হৈ আছিল গণেশ। আজি চমৰাজানত জীয়াঢল নদীত উদ্ধাৰ মৃতদেহটো। SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো। Related Articles গুৱাহাটী মহানগৰীত চিলাপথাৰৰ যুৱতীৰ ৰহস্যজনক হত্যা ! Guwahati city দৈনন্দিন বাৰ্তা - January 28, 2025 Cashless Treatment Scheme: ৭ দিনত ১.৫ লাখ টকা! পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা লোকলৈ ‘নগদবিহীন চিকিৎসা’সেৱা… দৈনন্দিন বাৰ্তা - January 8, 2025 Israel attack on gaza: গাজাত এতিয়া মৃতদেহৰ দ’ম! এফালে শীতৰ প্ৰকোপ আনফালে ইজৰাইলৰ আক্ৰমণত চলিছে মৃত্যুযজ্ঞ দৈনন্দিন বাৰ্তা - January 8, 2025