Breaking

জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ…

0 25

জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু গৌৰৱ গগৈ

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ এক বিশেষ মন্তব্য।
‘জালুকবাৰী সমষ্টিত যদি নিৰ্বাচন খেলিব লাগে মই জালুকবাৰীৰ পৰা খেলিম’

২০২৬ৰ নিৰ্বাচনত দলক সন্মুখৰ পৰা নেতৃত্বত দিবলৈ সাজু হৈছে লোকসভাত কংগ্ৰেছৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ। ইয়াৰ বাবে নিজে প্ৰতিদ্বন্দিতা কৰিবলগীয়া সমষ্টিও ঠিক কৰিছে গৌৰৱে ৷ গৌৰৱ গগৈয়ে ক’লে—

“মোক লৈ বহু বাতৰি ওলাই থাকে ৷ কেতিয়াবা মই নগাঁৱত, কেতিয়াবা যোৰহাটত নিৰ্বাচন খেলিম বুলি ওলাই ৷ দলে য’তেই দিব মই তাতেই খেলিম ৷ দলে যদি যোৰহাটত দিয়ে, যোৰহাটৰ পৰা খেলিম ৷ যদি দলে জালুকবাৰীত দিয়ে, মই জালুকবাৰীৰ পৰা খেলিম ৷”

Leave A Reply

Your email address will not be published.