Breaking

যোৰহাটত বিজয়ৰ দিশে গৌৰৱ গগৈ, কংগ্ৰেছ কৰ্মীৰ আনন্দ উল্লাস…

0 59

যোৰহাটত বিজয়ৰ দিশে গৌৰৱ গগৈ।

নাজিৰা আৰু ডিমৌত কংগ্ৰেছ কৰ্মীৰ আনন্দ উল্লাস।

সোণাৰি আৰু মাহমৰাত গৌৰৱ গগৈৰ অগ্ৰগতি।

নাজিৰাত অখিল গগৈ আৰু দেৱব্ৰত শইকীয়া একেলগে।

আনন্দত দুয়োজনে আলিংগন কৰা দেখিবলৈ পোৱা গ’ল।

নাজিৰাত উপস্থিত হৈ যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈও মন্তব্য ৰাখে।

Leave A Reply

Your email address will not be published.