Breaking

মুকেশ আম্বানীক চেৰ পেলাই দেশৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানি…

0 35

মুকেশ আম্বানীক চেৰ পেলাই পুনৰ দেশৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানি।

২৪ ঘণ্টাত ১৪ শতাংশ বৃদ্ধি আদানি গ্ৰুপৰ শ্বেয়াৰ।

১১১ বিনিয়ন ডলাৰ সম্পত্তিৰে তালিকাৰ শীৰ্ষত গৌতম আদানি।

১০৯ বিনিয়ন ডলাৰ সম্পত্তিৰে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ দ্বিতীয় স্থানত মুকেশ আম্বানী।

Leave A Reply

Your email address will not be published.