Breaking

কলকাতা কাণ্ডৰ পিছতে কঠোৰ GMCH কৰ্তৃপক্ষ

0 33

কলকাতা কাণ্ডৰ পিছতে কঠোৰ GMCH কৰ্তৃপক্ষ। GMCHত মহিলা চিকিৎসকৰ বাবে গঢ়ি তুলিছে বিশেষ নিৰাপত্তা ব্যৱস্থা।

এতিয়াৰে পৰা কনিষ্ঠ মহিলা চিকিৎসকৰ লগত থাকিব এগৰাকী মহিলা নিৰাপত্তাৰক্ষী। নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈ মহিলা চিকিৎসকৰ বাবে থাকিব এখন বিশেষ বাহনো।

চৌহদৰ ভিতৰৰ প্ৰযোজ্য হোৱাকৈ এই নিৰ্দেশনা প্ৰদান কৰিলে GMCH কৰ্তৃপক্ষই।

Leave A Reply

Your email address will not be published.