Breaking

সৰুপথাৰত #GO FOR GOLD LOVLINA শীৰ্ষক অনুষ্ঠান…

0 17

টকীয় অলিম্পীকত বস্কিংত ব্ৰঞ্জৰ পদক জয়েৰে ভাৰতবৰ্ষলৈ গৌৰৱ কঢিয়াবলৈ সক্ষম হোৱা লাভলীনা বৰগোঁহাইয়ে পুনৰ এইবাৰ পেৰিচ অলিম্পিকত অংশগ্রহণ কৰিব। লাভলীনাক উৎসাহিত কৰিবৰ কাৰণে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিশেষ তৎপৰতাত ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱনত লাভলীনাক উৎসাহিত কৰিবৰ বাবে #GO_FOR_GOLD_LOVLINA শীৰ্ষক অনুষ্ঠান আয়োজন কৰা হয়৷


লাভলীনাক উৎসাহিত কৰা উদেশ্যে আয়োজন কৰা অনুষ্ঠানত আৰক্ষী মহাপৰিদৰ্শক দেবজ্যোতি মুখার্জী, নুমলীগড় শোধনাগাৰ কাৰিকৰী সঞ্চালক গিৰিশ কুমাৰ বৰা, নুমলীগড় শোধনাগাৰৰ মহাপ্ৰবন্ধক মিন্টু সন্দিকৈ, গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা, ধনশিৰি মহকুমাধিপতি শ্ৰেয়া সিংহালকে ধৰি সকলো দল-সংগঠন আৰু বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিতি থাকে।

Leave A Reply

Your email address will not be published.