Breaking

সুৰাপায়ীৰ বাবে অৱশেষত সুখবৰ ! ৰাজ্যত কমিল বিলাতী সুৰাৰ মূল্য…

0 38

সুৰাপায়ীৰ বাবে অৱশেষত সুখবৰ

হঠাৎ ৰাজ্যত কমিল বিলাতী সুৰাৰ মূল্য

কেইবাটাও ব্ৰেণ্ডত হ্ৰাস কৰা হৈছে আবকাৰী শুল্ক

বিয়েৰ, ৰাম, হুইচকীত ৩০% টকা পর্যন্ত ৰেহাই

কেৱল (ফুল)৭৫০ মিলি মিটাৰৰ বটলত কমিল দাম

সুৰাৰ কোৱাটাৰ-হাফ বটলত থাকিব পূৰ্বৰ মূল্য

বিয়েৰৰ বটলত ২২ৰ পৰা ৩৫ টকা পৰ্যন্ত দাম হ্ৰাস

লাকজাৰী ব্ৰেণ্ডৰ সুৰাৰ দাম কমিব ১৫০টকা পৰ্যন্ত

ব্ৰেন্দি, জিন, হুইচকী ব্ৰেণ্ডত দাম কমিব ৬৫% পর্যন্ত

ৰাজ্যৰ আবকাৰী বিভাগে জাৰি কৰিছে সুৰাৰ নতুন নিৰিখ

Leave A Reply

Your email address will not be published.