সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ… ৰাষ্ট্ৰীয় By দৈনন্দিন বাৰ্তা Last updated May 16, 2024 0 30 Share মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ, চৰকাৰে কৰৰ ওপৰত লৈছে ডাঙৰ সিদ্ধান্ত । নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে সাধাৰণ জনতাৰ বাবে আহিব ডাঙৰ খবৰ। চেণ্ট্ৰেল ব’ৰ্ড অৱ ইনডাইৰেক্ট টেক্সে উইণ্ডফল টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত । Petrol 0 30 Share