ৰাইজৰ বাবে সুখবৰ ! সুলভ মূল্যত পিঁয়াজ যোগানৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ… ৰাইজৰ বাৰ্তা By দৈনন্দিন বাৰ্তা Last updated Nov 1, 2023 0 90 Share ৰাইজৰ বাবে সুখবৰ । সুলভ মূল্যত পিঁয়াজ যোগানৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ। গুৱাহাটীত ১২টা বিক্ৰী কেন্দ্ৰত সুলভ মূল্যত পিঁয়াজ বিক্ৰীৰ ব্যৱস্থা। পুৱা ৮ বজাৰ পৰা ১০ বজালৈ আৰু বিয়লি ৪ বজাৰ পৰা খোলা থাকিব বিক্ৰী কেন্দ্ৰসমূহ। ASSAMgovernment 0 90 Share