Breaking

পুনৰ উৎকোচ লৈ শিলচৰত গ্ৰেপ্তাৰ চৰকাৰী বিষয়া নৰুল হক বৰভূঞা…

0 20

পুনৰ উৎকোচ লৈ শিলচৰত গ্ৰেপ্তাৰ চৰকাৰী বিষয়া ৷ দুৰ্নীতি নিবাৰকৰ জালত পৰিল নৰুল হক বৰভূঞা ৷

বন্দোৱস্তি কাৰ্যালয়ৰ কৰ্মচাৰী নৰুল হক বৰভূঞা ৷ ভূমি সংক্ৰান্তীয় কামৰ বাবে কাৰ্যালয়তে লৈছিল উৎকোচ৷

আক্তাৰ হুছেইন নামৰ এজন লোকৰ পৰা লৈছিল ৫ হাজাৰ টকা৷

Leave A Reply

Your email address will not be published.